Local, Vocal, Global

মহানগৰীত কৰ’নাৰ ভয়াবহতা, কিন্তু আছে এটা ভাল খবৰ

  • মহানগৰীত কৰ’নাৰ সামাজিক সংক্ৰমণৰ জোঁৱাৰ
  • ফাঁচীবজাৰ কৰ’নাৰ সামাজিক সংক্ৰমণৰ অভিকেন্দ্ৰ
  • মালিগাঁও,পাণ্ডু,ফটাশিল,ধীৰেণপাৰা কৰ’নাৰ হটস্পট
  • মহানগৰীত শেহতীয়াকৈ শতাধিক আক্ৰান্ত
  • ২০০লৈ বৃদ্ধি গুৱাহাটীত সক্ৰিয় কন্টেইনমেন্ট জ’নৰ সংখ্যা

কিন্তু ইয়াৰ মাজতে  ৰাজ্যবাসীলৈ এটা ভাল খবৰ

  • অসমত সুস্থ হোৱা ৰোগীৰ হাৰ ৬৩.৩%
  • মৃত্যুৰ হাৰ ০.১৬%, যি দেশৰ ভিতৰত সৰ্বনিম্ন