Local, Vocal, Global

বিপদত কামৰূপৰ DTO বাপন কলিতা

  • বিপদত পৰিছে কামৰূপৰ DTO বাপন কলিতা
  • ট্ৰাকচালকৰ পৰা ধন সংগ্ৰহ কৰি বিপদত পৰিবহণ বিষয়া বাপন কলিতা
  • বাপন কলিতাসহ আন ৫জন অভিযুক্তৰ বিৰুদ্ধে বিশেষ আদালতত অভিযোগনামা দাখিল ভিজিলেন্সৰ
  • ফ’ৰেনচিক প্ৰতিবেদনসহ বহুতো গুৰুত্বপুৰ্ণ তথ্য  দাখিল আদালতত