Local, Vocal, Global

ভাৰতত কৰ’নাৰ সংহাৰী ৰূপত

  • কৰ’নাৰ সংহাৰী ৰূপত আতংকিত দেশবাসী
  • ভাৰতত এদিনত সৰ্বাধিক প্ৰায় ২০ হাজাৰ আক্ৰান্তৰে অভিলেখ
  • শনিবাৰৰ দিনটোত দেশত ১৯,৯০৬ গৰাকী আক্ৰান্ত, ৪১০ গৰাকীৰ মৃত্যু
  • এই পৰ্যন্ত ৫২৯,৫৭৭ আক্ৰান্তৰে বিশ্বৰ চতুৰ্থ স্থানত ভাৰত
  • দেশত এই পৰ্যন্ত ১৬,১০৩ গৰাকীৰ মৃত্যু
  • বিশ্বত মুঠ আক্ৰান্তৰ সংখ্যা ১০,০৮৭,৩২০ লৈ বৃদ্ধি
  • বিশ্বজুৰি কৰ’নাত ৫০১,৪১৯ গৰাকীৰ মৃত্যু
  • দেশৰ ৰাজধানী দিল্লীত ২৪ ঘন্টাত আক্ৰান্ত ২,৯৪৮ গৰাকী।
  • দিল্লীত এই পৰ্যন্ত আক্ৰান্ত ৮০,১৮৮ গৰাকী।
  • কৰ’নাত মৃত্যুৰ সংখ্যাৰে মহাৰাষ্ট্ৰৰ পিচতে দ্বিতীয় স্থানত দিল্লী।
  • দিল্লীত এই পৰ্যন্ত ২,৫৫৮ গৰাকীৰ মৃত্যু।
  • মহাৰাষ্ট্ৰত সৰ্বাধিক ৭,২৭৩ গৰাকীৰ মৃত্যু।।