Local, Vocal, Global

কমলপুৰত পুনৰ এগৰাকী আক্ৰান্ত কৰ’নাত

  • কামৰূপ জিলাৰ কমলপুৰত পুনৰ এগৰাকী ব্যক্তি কভিড-১৯ পজিটিভ
  • সঞ্জীৱ কলিতা নামৰ ৪৫ বছৰীয়া ব্যক্তি এজন আক্ৰান্ত কৰ’নাত
  • উল্লেখ্যযে লোক জন কেইবা বছৰ ধৰি শহুৰেকৰ ঘৰত আছিল
  • স্বাস্থ্য বিভাগে কনন্টেইমেন্ট হিচাপে জ’ন ঘোষণা কৰে তেঁওলোকৰ বাসগৃহ
  • অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ