Local, Vocal, Global

চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা এজন কৰ’না আক্ৰান্ত সাংবাদিকৰ

এইমছ হস্পাটালৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা এজন কৰ’না আক্ৰান্ত সাংবাদিকৰ।দৈনিক ভাস্কৰ কাকতৰ দিল্লীৰ আত্মহননকাৰী সাংবাদিক গৰাকী তৰুণ চিছ’ডিয়া ।৩৭ বছৰীয়া সাংবাদিকজনক ২৪ জুনত এইমছত ভৰ্তি কৰোৱাইছিল পৰিয়ালৰ লোকে।কিছুদিন পুৰ্বে চাকৰি হেৰুৱাই প্ৰৱল আৰ্থিক সংকটৰ সন্মুখীন হোৱা সাংবাদিকজন ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পিচতে চৰম হতাশাত ভাগি পৰিছিল বুলি জানিব পৰা গৈছে।