Local, Vocal, Global

প্ৰসংগঃ বাঘজান কাণ্ড

প্ৰসংগঃ বাঘজান কাণ্ড

বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডত নিহত তীখেশ্বৰ গোহাঁইৰ পুত্ৰক চাকৰি প্ৰদান অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ৷ অইলৰ ক্ষতিপূৰণ আঁচনিৰ অধীনত ইঞ্জিনীয়াৰিং বিভাগত তীখেশ্বৰ গোহাঁইৰ পুত্ৰক প্ৰণৱজ্যোতি গোহাঁইক চাকৰি প্ৰদান কৰি অইল ইণ্ডিয়া কৰ্তৃপক্ষই৷ অইল ইণ্ডিয়াৰ বহুকেইজন বিভাগীয় উচ্চপদস্থ বিষয়াই প্ৰতিশ্ৰুতি অনুসৰি প্ৰণৱজ্যোতি গোহাঁইক প্ৰদান কৰে নিযুক্তি পত্ৰ ৷  লগতে তেওঁৰ সফল কৰ্মজীৱনৰো কামনা কৰে ৷