Local, Vocal, Global

অধিক জটিল পৰিস্থিতিৰ দিশে অসম

  • ৰাজ্যত অধিক ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
  • মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহতা
  • ১২ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
  • সোমবাৰে পুনৰ আক্ৰান্ত ৭৮৬ গৰাকী ৰোগী
  • নতুনকৈ আক্ৰান্ত সকলৰ ৫৯৮ গৰাকীয়ে গুৱাহাটী মহানগৰৰ
  • উল্লেখ্যযে সোমবাৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪৯০ গৰাকী
  • ৰাজ্যত ১২৫২২ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
  • ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৭৮৮২ গৰাকী
  • ৰাজ্যত বৰ্তমান ৪৬২৩ গৰাকী ৰোগী চিকিৎসাধীন
  • ইয়াৰ বিপৰীতে মৃতৰোগীৰ সংখ্যা ১৪ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ ৪ লাখ ৭১ হাজাৰ ২২১ গৰাকী ব্যক্তিৰ ক’ভিড টেষ্ট সম্পন্ন হৈছে