Local, Vocal, Global

ৰাজ্যত কৰ’না আতংকৰ মাজতে যোৰহাটত চাঞ্চল্যকৰ ঘটনা

  • কৰ’না আতংকৰ মাজতে যোৰহাটত চাঞ্চল্যকৰ ঘটনা
  • হোটেলৰ কোঠাত ৰহস্যজনকভাৱে আত্মহত্যা এজন ব্যক্তিৰ
  • যোৰহাটৰ হোটেল সীমা লজ’ত এই চাঞ্চল্যৰ ঘটনা
  • শুকুৰবাৰে কোৱাৰেন্টাইন কৰা হৈছিল আত্মহত্যা কৰা ব্যক্তিজনক
  • যোৰহাটৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত শ্ৰমিক হিচাপে কাম কৰিবলৈ আহিছিল যুৱকজন
  • শ্ৰমিক জনৰ নাম শৈলেন ছৰেঙ
  • ১০গৰাকী শ্ৰমিকৰ লগত একেলগে কাম কৰিবলৈ আহিছিল শ্রমিকজন