Local, Vocal, Global

চিৰাঙৰ বিজনীত কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ

  • চিৰাঙৰ বিজনীত কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ
  • বিজনী মহকুমাৰ অন্তৰ্গত বিজনী লক্ষ্মী মন্দিৰ নাট ভৱনৰ ক’ভিড পৰীক্ষা কেন্দ্ৰত কৰ’নাৰ গণ সংক্ৰমণ
  • বিজনীত পুনৰ আক্ৰান্ত ৭গৰাকীকৈ লোক
  • আজি পুৱা ৯ বজাৰ পৰা বৰ্তমানলৈ মুঠ ৬৮জনৰ ৰেপিড টেষ্ট কৰে স্বাস্থ্য বিভাগে