Local, Vocal, Global

JIOৰ আন এক আকৰ্ষণীয় অফাৰ। এবছৰলৈ ফ্ৰী কলিঙৰ সৈতে পাব হাইস্পীড ডাটা

ৰিলায়েন্স জিঅ’ৰ এটাৰ পিছত আন এটা আকৰ্ষণীয় অফাৰ। এইবাৰ কোম্পানীটোৱে ৭৪৯ টকাৰ এক আকৰ্ষণীয় প্লেন মুকলি কৰিছে। জিঅ’ই ঘোষণা কৰা অনুসৰি এই প্লেনত গ্ৰাহকে আনলিমিটেড কল,হাইস্পীড ডাটা আৰু মেছেজৰ লগতে সকলো সেৱা বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব। ইয়াৰ ভেলিডিটি হ’ব এবছৰ। কিন্তু এই সেৱা উপভোগৰ বাবে আপোনাৰ থাকিব লাগিব JIO PHONE অৰ্থাৎ এই প্লেন কেৱল মাত্ৰ JIO PHONE ব্যৱহাৰকাৰী সকলৰ বাবে মুকলি কৰা হৈছে বুলি সদৰী কৰে কোম্পানীটোৱে।