Local, Vocal, Global

চীনা ভেকছিন গ্ৰহণৰ দুদিন পিছতেই ক’ভিডত আক্ৰান্ত পাক প্ৰধানমন্ত্ৰী ইমৰান খান

ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতো ক’ৰনাত আক্ৰান্ত হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ৷ ইমৰাণ খানৰ দেহত ক’ভিড-১৯ ধৰা পৰাৰ পিছতেই খানে নিজকেই ঘৰতেই ISOLATION কৰি ৰখাৰ কথা জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে ইমৰাণ খানে চীনত নিৰ্মিত ক’ৰনা ভেকছিনৰ প্ৰথম ড’জ গ্ৰহণ কৰিছিল ৷ ভেকছিন গ্ৰহণ কৰাৰ দুদিন পিছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান দেহত ধৰা পৰিল ক’ভিড-১৯ পজিটিভ ৷