Local, Vocal, Global

বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱাৰ মৃত্যু

54

বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱাৰ মৃত্যু ৷

নগাঁও চহৰৰ তেলীয়া পহুকটাৰ নিবাসী আছিল  বিশিষ্ট সুৰকাৰগৰাকী ।

অসম চৰকাৰৰ শিল্পী বঁটা লাভ কৰিছিল বিশিষ্ট সুৰকাৰগৰাকীয়ে।

add3

সোমবাৰে পুৱতি নিশা নিজ বাসগৃহতে মৃত্যু হয় তেওঁৰ৷

মৃত্যুৰ সময়ত বয়স আছিল ৮১ বছৰ।

যজ্ঞ বেজবৰুৱাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে  শিল্পী সমাজত ৷