কৰ’না আক্ৰান্তৰ দৈনিক পৰিসংখ্যাৰে এতিয়াও বিশ্বৰ শীৰ্ষত ভাৰত

- কৰ’না আক্ৰান্তৰ দৈনিক পৰিসংখ্যাৰে এতিয়াও বিশ্বৰ শীৰ্ষত ভাৰত
- অবশ্যে যোৱা এসপ্তাহৰ তুলনাত মঙলবাৰে কিছু হ্ৰাস পাইছে সংক্ৰমণৰ সংখ্যা
- ভাৰতত এই পৰ্যন্ত আক্ৰান্ত ৪৩,১৩,১২৯ লোক,মৃত্যু ৭৩,১০৫ গৰাকীৰ
- বিশ্ব জুৰি আক্ৰান্ত ২,৭৫,২৪,১৯৩ গৰাকী, মৃত্যুৰ সংখ্যা ৮,৯৭,৬৩২লৈ বৃদ্ধি