Local, Vocal, Global

দেশৰ ৰে’ল যাত্ৰীৰ বাবে সুখবৰ

  • দেশৰ ৰে’ল যাত্ৰীৰ বাবে সুখবৰ
  • ১২ ছেপ্টেম্বৰৰ পৰা চলিব ৮০ খন বিশেষ ৰে’ল
  • বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ৰিজাৰ্ভেচন প্ৰক্ৰিয়া
  • শনিবাৰৰ পৰাই আৰম্ভ হ’ব দেশৰ ৰেল সমূহৰ চলাচল
  • ডিব্ৰুগড়ৰ পৰাই লালগড়, ডিব্ৰুগড়ৰ পৰাই অমৃতসৰলৈ চলাচল কৰিব ৰেল
  • আগৰতলাৰ পৰাই দেওঁগড়, গুৱাহাটী পৰাই বেংগালুৰ কেন্টনমেন্টৰ মাজতো হ’ব ৰেল চলাচল
  • ইতিমধ্যে দেশত চলি আছে ২৩০ খন বিশেষ ৰেল
  • মুলত কৰ’নাৰ সংহাৰ বাবে দেশত ব্যাহত হৈছিল ৰেল চলাচল