Local, Vocal, Global

দেশত অব্যাহত কৰ’নাৰ ভয়াৱহতা

♦️দেশত অব্যাহত কৰ’নাৰ ভয়াৱহতা
♦️বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৬৮,৮৯৮ গৰাকী
♦️ দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ২৯ লাখ ৫ হাজাৰ ৮২৩ গৰাকীৰ
♦️দেশত বৰ্তমানলৈ সুস্থ ২১ লাখ ৫৮ হাজাৰ ৯৫৬গৰাকী
♦️দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈ ৫৪ হাজাৰ ৮৪৯ গৰাকীৰ মৃত্যু
♦️সম্প্ৰতি ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৬ লাখ ৯২ হাজাৰ ২৮ গৰাকী