Local, Vocal, Global

দেশত ৫২ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা

♦️দেশত ৫২ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা
♦️বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৯৬,৪২৪ গৰাকী
♦️বৰ্তমানলৈ ভাৰতত কৰ’নাত আক্ৰান্ত ৫২ লাখ ১৪ হাজাৰ ৬৭৭ গৰাকী
♦️বৰ্তমান ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ১০ লাখ ১৭ হাজাৰ ৭৫৪গৰাকী
♦️বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৪১ লাখ ১২ হাজাৰ ৫৫১ গৰাকী
♦️দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৪ হাজাৰ ৩৭২গৰাকী