Local, Vocal, Global

ভয়াৱহ ভূমিস্খলন! পাহাৰ খহি পোত গ’ল ৫খন ট্ৰাকসহ বহুকেইখন দেকান

  • বান্দৰদেৱাত সংঘটিত হৈছে এই ভয়াৱহ ভূমিস্খলন
  •  অৰুণাচলৰ পাহাৰৰ মাটিত পোত গ’ল পাঁচ খন ট্ৰাকসহ কেইবাখনো দোকান
  • কথমপি প্ৰাণ ৰক্ষা চালক আৰু হেণ্ডিমেনৰ
  • পাহাৰৰ মাটিয়ে ট্ৰাককেইখন প্ৰায় ৫০% পুতি পেলাই
  •  বিদ্যুত পৰিবাহী এটা পকী খুটা ভাগি পৰাত এটা দোকান গৃহ মাটিত পোত যায়
  • ভুমিস্খলৰ ফলত এঘণ্টাৰ বাবে বন্ধ হৈ পৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ যাতায়ত
  • ভূমিস্খলন হোৱা স্থানত বিভিন্ন ৰাজ্যৰ মালবাহী ট্ৰাক সমূহ নিশা পাৰ্কিং কৰা হয়
  • সৌভাগ্য ক্ৰমি হতাহত হোৱা নাই কোনো লোক