Local, Vocal, Global

দেশত ৩২ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা

  • দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩২ লাখ অতিক্ৰম।
  • এদিনতে প্ৰায় ৬৭ হেজাৰ আক্ৰান্ত, ১০৬৬ লোকৰ মৃত্যু।
  • এই পৰ্যন্ত ভাৰতত আক্ৰান্তৰ সংখ্যা ৩,২৩৪,৪৭৪ লৈ বৃদ্ধি, মৃত্যু ৫৯,৬১২ গৰাকীৰ।
  • আক্ৰান্তৰ সংখ্যাৰে এতিয়াও বিশ্বৰ তৃতীয় স্থানত ভাৰত।
  • বিশ্বত আক্ৰান্ত ২৪,০৬১,৮৩৪, বিশ্বজুৰি ৮২৩,৫২৯ গৰাকীৰ। ।