Local, Vocal, Global

নগাঁও কঁচুৱাৰ নতুন লংকা গাঁৱত পথ দুৰ্ঘটনা

  • নগাঁও কঁচুৱাৰ নতুন লংকা গাঁৱত পথ দুৰ্ঘটনা
  • টাটা মেজিক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ
  • মেজিকৰ খুন্দাত থিতাতে নিহত হয় স্কুটী আৰোহী
  • নিহত স্কুটী আৰোহীজন শংকৰপুৰৰ ভক্ত বৰা
  • ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন মেজিক চালকৰ