Local, Vocal, Global

ভাৰতত ২৪ ঘণ্টাত আক্ৰান্তৰ নতুন অভিলেখ

ভাৰতত ২৪ ঘন্টাত সৰ্বাধিক ১৪,৫১৬গৰাকী কৰ’নাত আক্ৰান্ত।
আজিৰ দিনটোত এই পৰ্যন্ত ৩৭০গৰাকী নতুন আক্ৰান্তৰে দেশত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৩৯৬, ১৮২গৰাকী,কৰ’নাত ১২,৯৭০গৰাকীৰ মৃত্যু।
মহাৰাষ্ট্ৰ আৰু তামিলনাডুত কৰ’নাৰ সৰ্বাধিক সংহাৰ।
ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০ হাজাৰৰ সীমা। ২৪ ঘন্টাত দিল্লীত ৩ সহস্ৰাধিক।
দেশৰ ৰাজধানীত মুঠ আক্ৰান্ত ৫৩,১১৬গৰাকী,২,০৩৫গৰাকীৰ মৃত্যু।
আক্ৰান্তৰ সংখ্যাৰ বিশ্বৰ শীৰ্ষ তালিকাত এতিয়াও চতুৰ্থ স্থানত ভাৰত।
আমেৰিকা, ব্ৰাজিল, ৰাছিয়াৰ পিছতে সৰ্বাধিক আক্ৰান্ত ভাৰতত।
বিশ্বত এইপৰ্যন্ত ৮৭,৬৬,০৩৫গৰাকী, ৪৬২,৬৯১গৰাকীৰ মৃত্যু।