Local, Vocal, Global

গুৱাহাটীত ভয়াৱহ গণ সংক্ৰমণ, বৃদ্ধি কন্টেইনমেন্ট জ’নৰ সংখ্যা

  • গুৱাহাটীত ভয়াৱহ গণ সংক্ৰমণৰ মাজতে বৃদ্ধি কন্টেইনমেন্ট জ’নৰ সংখ্যা।
  • ১৫৫ লৈ বৃদ্ধি পালে মহানগৰীত কন্টেইনমেন্ট জ’ন।
  • নতুনকৈ কন্টেইনমেন্ট জ’ন ঘোষিত স্থানসমূহ- বশিষ্ঠৰ বৰপথাৰ, বেলতলাৰ বনগাঁও, ধীৰেনপাৰা, কামাখ্যা গে’ট,বৰ্ষাপাৰা,অনিলনগৰ,জ্যোতিকুছিৰ শংকৰ হোটেল, ফটাশিল জিএমচি কল’নী, গণেশগুৰিৰ কল্যানপুৰ ২নং উপপথ আৰু বিৰুবাৰীৰ সাধুপত্তি অঞ্চল।