Local, Vocal, Global

ভাৰতত উদ্ভাৱন প্ৰথমটো কভিড-১৯ প্ৰতিৰোধী ভেকচিন

  • দেশৰ প্ৰথমটো কভিড-১৯ প্ৰতিৰোধী ভেকচিন
  • মানৱ শৰীৰত পৰীক্ষণৰ বাবে সাজু “COVAXIN”
  • ভেকচিন পৰীক্ষণৰ বাবে অনুমোদন জনাইছে দেশৰ ড্ৰাগচ কনট্ৰোলাৰ জেনেৰেল অৱ ইণ্ডিয়াই (DCGI)য়ে
  • ভেকচিন বিধ মানৱ শৰীৰত দুটা পৰ্যায়ত প্ৰয়োগ কৰা হব
  • ICMR আৰু নেশ্যনেল ইন্সষ্টিটিউট অৱ ভাইৰোলজিয়ে যৌথ ভাৱে প্ৰস্তুত কৰি উলিয়াইছে এই ভেকচিন