Local, Vocal, Global

মন্দৰমুনি সাগৰ তীৰত ৩৬ ফুটৰ প্ৰকাণ্ড তিমি

বংগোপসাগৰ পাৰৰ জনপ্ৰিয় পৰ্যটনস্থলী মন্দৰমুনি।মন্দৰমুনি সাগৰ তীৰত ৩৬ ফুটৰ প্ৰকাণ্ড তিমিক লৈ চাঞ্চল্য । অঞ্চলটোত প্ৰথমবাৰৰ বাবে সাগৰৰ বুকুৰ পৰা উটি আহি তীৰত অৱস্থান কৰে তিমিটোৱে। প্ৰকাণ্ড তিমিটোৰ দেহত আঘাতৰ চিনৰ লগতে মুখমণ্ডল ৰক্তাক্ত হৈ থকাৰ দৃশ্য প্ৰত্যক্ষ কৰে অগণন লোকে । ঘটনাৰ খবৰ পাই তীৰত উপস্থিত হয় পূৱ মেডিনাপুৰ জিলাৰ শীৰ্ষ বিষয়াৰ লগতে বন আৰু বন্যপ্ৰাণী, মৎসপালন বিভাগৰ বিষয়া ।