Local, Vocal, Global

দেশত অব্যাহত কৰ’নাৰ সংহাৰ

  • দেশত অব্যাহত কৰ’নাৰ কালৰূপ
  • ২৪ ঘন্টাত দেশত আক্ৰান্ত ৫৩,৬০১গৰাকী
  • ভাৰতত আক্ৰান্তৰ মুঠ সংখ্যা ২২.৬ লাখলৈ বৃদ্ধি, মৃত্যু ৪৫,২৫৭গৰাকীৰ
  • দেশত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ১৫,৮৩,৪৮৯ গৰাকী
  • বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৬,৩৯,৯২৯ গৰাকী