দেশত কৰ’নাৰ আক্ৰান্তৰ পুনৰ অভিলেখ

দেশত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্তৰ পুনৰ অভিলেখ।
এদিনত ভাৰতত ২৯,৪২৯ গৰাকী আক্ৰান্ত।
ভাৰতত আক্ৰান্তৰ সংখ্যা ৯,৬৮,১১৭ গৰাকীলৈ বৃদ্ধি,মৃত্যু ২৪,৯১৫ গৰাকী।
বিশ্বত আক্ৰান্ত ১,৩৫,৭৪,৩১৩ গৰাকী,বিশ্বজুৰি মৃত্যুৰ সংখ্যা ৫,৮৩,৬৭৩ লৈ বৃদ্ধি।