<ul> <li>ডিফু মেডিকেল কলেজ হাস্পতালত কৰ’ণাৰ সংক্ৰমণ ।</li> <li>DMCHৰ আৰু এগৰাকী চিকিৎসকৰ দেহত ক’ভিড-১৯+ ।</li> <li> কৰ'ণাত আক্ৰান্ত চিকিৎসক গৰাকীৰ নাম ডাঃ হাবে টেৰণ ।</li> <li>দুদিন পূৰ্বে DMCHৰ ডাঃ লংছ'দৰ কাথাৰৰ দেহত পোৱা গৈছিল ক’ভিড-১৯+ ।</li> </ul>