Local, Vocal, Global

সাৱধান! দেশত অব্যাহত আছে কৰ’নাৰ ত্ৰাস

  • দেশত পুনৰ এদিনতে প্ৰায় ৭০ হাজাৰ কৰ’নাত আক্ৰান্ত
  • ভাৰতত এইপৰ্যন্ত ৩,৭৬৯৫২৩ লোক আক্ৰান্ত, মৃত্যু ৬৬,৪৬০ লোকৰ
  • বিশ্বজুৰি আক্ৰান্ত ২৫,৯০৪,১৬৪ লোক, মৃতকৰ সংখ্যা ৮৬১,২৫১লৈ বৃদ্ধি