দেশত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা

- দেশত ২০,০০০ হোৱাৰ পথত কৰ’নাত মৃতকৰ সংখ্যা
- ২৪ ঘন্টাত আক্ৰান্ত ২৪ সহস্ৰাধীক, ৪৪২ গৰাকীৰ মৃত্যু
- ভাৰতত এই পৰ্যন্ত ৬,৭২,৭০০ গৰাকী আক্ৰান্ত,মৃত্যু ১৯,২৮০ গৰাকীৰ
- দেশত সৰ্বাধীক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ১,৯২,৯৯০ গৰাকীলৈ বৃদ্ধি,মৃত্যু ৮,৩৭৬ গৰাকীৰ
- ১,০২,৭২১ আক্ৰান্তৰে দ্বিতীয় স্থানত থকা তামিলনাদুত ১,৩৮৫ গৰাকীৰ মৃত্যু
- তৃতীয় স্থানত থকা দেশৰ ৰাজধানী দিল্লীত ৯৪,৬৯৫ গৰাকী আক্ৰান্ত,মৃত্যু ২,৯২৩ গৰাকীৰ
- সমগ্ৰ বিশ্বত এই পৰ্যন্ত সৰ্বমুঠ ১,১২,৯১,৭৫৭ গৰাকী আক্ৰান্ত,বিশ্বজুৰি ৫,৩০,৯৫৬ গৰাকীৰ মৃত্যু