Local, Vocal, Global

দেশত বিপদ ঘন্টা

  • দেশত কৰ’নাৰ ভয়াৱহ ৰূপ
  • ২৪ ঘন্টাত প্ৰায় ১৬ হাজাৰ আক্ৰান্তৰে ভাৰতত অভিলেখ
  • ২৪ ঘন্টাত দেশত ৪৬৫গৰাকীৰ মৃত্যু, ১৫,৯৬৮গৰাকী আক্ৰান্ত
  • এইপৰ্যন্ত আক্ৰান্তৰ সংখ্যাৰে চতুৰ্থ স্থানত থকা ভাৰতত আক্ৰান্ত ৪,৫৬,৫৫২গৰাকী
  • কৰ’নাত দেশত মৃতকৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ ১৪,৪৮৩গৰাকী
  • বিশ্বত এইপৰ্যন্ত ৯,৩৫৯,৮১৮গৰাকী আক্ৰান্ত,মৃত্যু ৪৭৯,৮৮০গৰাকীৰ