Local, Vocal, Global

ভাৰত-বাংলাদেশ সীমান্তয়েদি গৰুৰ চোৰাং চালান অব্যাহত

ভাৰত-বাংলাদেশ সীমান্তয়েদি গৰুৰ চোৰাং চালান অব্যাহত
বিএছএফৰ অভিযানত ৮টা গৰুসহ আটক গৰু সৰবৰাহকাৰী
ভাৰত-বাংলা সীমান্তৰ ব্ৰহ্মপুত্ৰ নৈৰ শিশুমাৰা সীমান্তয়েদি বাংলাদেশলৈ গৰু চালান কৰিবলৈ লওঁতেই সীমান্তত পহৰাৰত বিএছএফ জোৱানে কোকৰাডাঙা গাঁৱৰ আনোৱাৰ হুছেইন নামৰ চোৰাং গৰু সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে ৮টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়। বিএছএফে গৰু সৰবৰাহকাৰীক খাৰুৱাবান্ধা আৰক্ষী চকীত আইনী ব্যৱস্থা লোৱাৰ বাবে প্ৰেৰণ কৰে।