Local, Vocal, Global

ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ

দুৰ্ণীতিমুক্ত অসমৰ দিশত অসম চৰকাৰৰ শক্তিশালী তথা গুৰুত্বপুৰ্ণ পদক্ষেপ | দুৰ্ণীতিমুক্ত অসম গঢ়াৰ পৰিকল্পনাৰে অসমৰ চৰকাৰে বিভিন্ন চৰকাৰী আঁচনিৰ ১১ লাখ ৩৬ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম চিনাক্ত কৰাৰ লগতে বাতিলো কৰিছে | সমাজ কল্যান বিভাগত ৭ লাখ ভুৱা হিতাধিকাৰীৰ নাম, ৪ লাখ MGNREGA ভুৱা জৱ কাৰ্ড আৰু ৩৬ হাজাৰ ভুৱা ৰেচন কাৰ্ড বাতিল কৰিছে অসম চৰকাৰে |