Website Design: dastechnologies.in
যুদ্ধংদেহী ভাৰত-চীন সীমান্তত উত্তপ্ত পৰিৱেশ।সামৰিক বৈঠকৰ বাৰম্বাৰ ব্যৰ্থতাৰ পিচত লাডাখত যুদ্ধৰ দামামা।ভাৰতৰ ভু-খণ্ড এৰিবলৈ অসন্মত বেইজিং।২০ হাজাৰ পাক সৈন্যও অগ্ৰসৰ গিলগিট-বাল্টিস্তান অভিমুখে।পাকিস্তানৰ লাডাখ সীমান্তৱৰ্তী স্কাৰ্ডো বিমান ঘাটি চীনে ব্যৱহাৰ কৰাৰ সম্ভাৱনা।পাক সন্ত্ৰাসবাদী সংগঠন ‘অল বদৰ’ৰ নেতাৰে আলোচনাত বহিল চীনা বিষয়া।চীনৰ নৌকা টহল প্ৰতিৰোধৰ বাবে ভাৰতীয় নৌসেনাই নিছে বিয়াগোম নাও।চীনে মোতায়ন কৰিছে ২০ সহস্ৰ সেনা।সীমান্তত সষ্টম ৩০ হাজাৰ ভাৰতীয় সেনাও।তিব্বতৰ সমীপৱৰ্তী উত্তৰ ঝিনজিয়াঙতো অত্যাধুনিক অস্ত্ৰ-টেংক লৈ সাজু ১০ সহস্ৰাধীক চীনা সেনা।।