Local, Vocal, Global

আক্ৰান্তৰ সংখ্যাই নিতৌ ভংগ কৰিছে অভিলেখ

  • ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যাই দৈনিক ভংগ কৰিছে অভিলেখ।
  • বিগত ২৪ ঘন্টাত দেশত সৰ্বাধিক ১৫,৯১৬ গৰাকী আক্ৰান্ত,মৃত্যু ৩০৬ গৰাকীৰ।
  • দেশত এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা ৪১১,৭৭৩ গৰাকী,মৃতকৰ সংখ্যা ১৩,২৮১ গৰাকী।
  • আক্ৰান্তৰ সংখ্যাৰে এতিয়াও বিশ্বৰ চতুৰ্থ স্থানত ভাৰত।
  • বিশ্বত সৰ্বমুঠ আক্ৰান্ত ৮৯,২২০,৭৩গৰাকী,বিশ্বজুৰি কৰ’নাত মৃত্যু ৪৬৬,৮৭১ গৰাকীৰ।।