Local, Vocal, Global

মহানগৰীত কৰ’নাৰ ভয়াৱহ গণ সংক্ৰমণ

25
  • গুৱাহাটীত কৰ’নাৰ ভয়াৱহ গণ সংক্ৰমণ।
  • শেহতীয়াকৈ মহানগৰীত এবাৰতে সৰ্বাধিক ৭৩ গৰাকী আক্ৰান্ত।
  • নতুনকৈ ৰাজ্যত আক্ৰান্ত ১৩৩ গৰাকীৰ ৩১ গৰাকী নগাওঁ,যোৰহাটৰ ১৮,ওদালগুৰীৰ ৫,মাজুলী আৰু গোলাঘাটৰ ২ গৰাকীকৈ আৰু ধেমাজি আৰু তিনচুকীয়াৰ ১ গৰাকীকৈ লোক।
  • ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৫,৩৮৮ গৰাকীলৈ বৃদ্ধি।
  • ৩,২০২ গৰাকী আৰোগ্য,সক্ৰিয় ৰোগীৰ সংখ্যা ২,১৭৪ ,ৰাজ্যত কৰ’নাত মৃত্যু ১২ গৰাকীৰ।।

Comments are closed, but trackbacks and pingbacks are open.