উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত প্ৰথম ১০টা স্থানপ্ৰাপ্তসকল

উচ্চতৰ মাধ্যমিক ফলাফল, ২০২০
(বিজ্ঞান শাখা)
প্ৰথম
অবিনাশ কলিতা- ৪৮৬
আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা
দ্বিতীয়
নাৰিমা ফিৰদোজ বৰভূঞা- ৪৮২
কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও
তৃতীয়
প্ৰিতপাল বেজবৰুৱা- ৪৮১
ছাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ মেট্ৰ’
চতুৰ্থ
নিবিড় ডেকা- ৪৭৯
আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা
চতুৰ্থ
সাগৰ গোৱালা- ৪৭৯
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
পঞ্চম
আশিষ কুমাৰ গাৰ্গ- ৪৭৮
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
ষষ্ঠ
অৰ্জুন বুঢাগোঁহাই- ৪৭৭
ছ’ল্টব্ৰুক একাডেমী, ডিব্ৰুগড.
ষষ্ঠ
আয়ুশ্বি কাব্ৰা- ৪৭৭
ছাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ মেট্ৰ’
ষষ্ঠ
ব্ৰেনজিৎ হাজৰিকা- ৪৭৭
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
সপ্তম
সুভাশিষ ভৌমিক- ৪৭৬
গোৱালপাৰা কলেজ, গোৱালপাৰা
সপ্তম
অম্লানজ্যোতি পেগু- ৪৭৬
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
সপ্তম
শ্ববনম গুঞ্জন বৰা- ৪৭৬
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
সপ্তম
বিভাষ কাফলে- ৪৭৬
তেজপুৰ বেংগলী বয়জ উঃমাঃ বিদ্যালয়, তেজপুৰ
সপ্তম
অংশুমালি শৰ্মা- ৪৭৬
তেজপুৰ বেংগলী বয়জ উঃমাঃ বিদ্যালয়, তেজপুৰ
অষ্টম
মণিৰুল ইছলাম- ৪৭৫
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
অষ্টম
চিন্ময় নাথ- ৪৭৫
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
অষ্টম
আমিশা সিং- ৪৭৫
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
অষ্টম
হিমাঞ্জলী বুঢ়াগোঁহাই- ৪৭৫
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
নৱম
আছিফা নাজনিন লস্কৰ- ৪৭৪
মৰিয়ম আজমল ৱমেন কলেজ, হোজাই
নৱম
উৎপলৰাজ কেম্প্ৰাই-৪৭৪
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
নৱম
শিৱানুজ বৰকটকী- ৪৭৪
অৰুণোদয় একাডেমী, শিৱসাগৰ
দশম
কুনাল তালুকদাৰ- ৪৭৩
আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা
দশম
অভিজিৎ চৌধুৰী- ৪৭৩
কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
দশম
ইফতিকাৰ আহমেদ- ৪৭৩
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
দশম
অংকিতা শইকীয়া- ৪৭৩
ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও