Local, Vocal, Global

উচ্চতৰ মাধ্যমিকৰ কেউটা শাখাতে ছাত্ৰীৰ আধিপত্য

উচ্চতৰ মাধ্যমিকৰ কেউটা শাখাতে ছাত্ৰীৰ আধিপত্য
কলা শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৮.৬৩%
বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৫.০২ শতাংশ
বিজ্ঞান শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯১.০৮%
বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৪.৩৪%
বাণিজ্য শাখাত ৮৯.৫৫% ছাত্ৰৰ উত্তীৰ্ণৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৩.৮৫%
কলা শাখাত অৱতীৰ্ণ মুঠ ৫২,৮১০ গৰাকী ছাত্ৰৰ ৪১,৫২৭ গৰাকী উত্তীৰ্ণ
কলা শাখাত অৱতীৰ্ণ মুঠ ৬৫,৩৩২ গৰাকী ছাত্ৰীৰ ৫৫,৫৪৪ গৰাকী উত্তীৰ্ণ
বিজ্ঞান শাখাত অৱতীৰ্ণ মুঠ ১৫,৭৩৭ গৰাকী ছাত্ৰৰ ১৪,৩৩৪ গৰাকী উত্তীৰ্ণ
বিজ্ঞান শাখাত অৱতীৰ্ণ ৮,৬৯০ ছাত্ৰীৰ ৮,১৯৮ গৰাকী উত্তীৰ্ণ
বাণিজ্য শাখাত অৱতীৰ্ণ মুঠ ৮,৮৯৯ গৰাকী ছাত্ৰৰ ৭,৯৬৯ গৰাকী উত্তীৰ্ণ
বাণিজ্য শাখাত অৱতীৰ্ণ ৩,২৩৬ গৰাকী ছাত্ৰীৰ উত্তীৰ্ণ ৩,০৩৭ গৰাকী