Local, Vocal, Global

শিংগাড়ী বস্তিত হাতীৰ দাঁত আৰু হৰিনৰ ঠেং সহ এজনক গ্ৰেপ্তাৰ

হোজাইৰ শিংগাড়ী বস্তিত হাতীৰ দাঁত আৰু হৰিনৰ ঠেং সহ এজনক গ্ৰেপ্তাৰ। বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডবকাৰ নাছিৰ আলি নামৰ যুৱক জনক । জব্দ এটা হাতীৰ দাঁত দুটা হৰিনৰ ঠেং ।

বেজালি কৰিব গৈ গ্ৰেপ্তাৰ যুৱকজন । বেজালি কৰি বহুত মানুহৰ পৰা ধন সংগ্ৰহৰ অভিযোগ ৰাইজৰ।  সোধাপোছা অব্যাহত ৰাখিছে বন বিভাগে।