Local, Vocal, Global

নাজিৰাত অপৰাধ অনুসন্ধান শাখাৰ জালত পঞ্চায়ত সভানেত্ৰী

নাজিৰাত অপৰাধ অনুসন্ধান শাখাৰ জালত পঞ্চায়ত সভানেত্ৰী

জালত পৰিছে মেকিপুৰ গাওঁ পঞ্চায়তৰ বিজেপিৰ সভানেত্ৰী প্ৰতিভা ভূমিজ কৈৰীক ৷

নাজিৰা নগৰৰ ষ্টেট বেংকৰ কাষৰ পৰাই   আটক প্ৰতিভা কৈৰীক ৷

নাজিৰা আদৰ্শ আৰক্ষী থানাত মাৰাথান জেৰা সভানেত্ৰী গৰাকীক

অবশ্যে প্ৰমান নোপোৱাত এৰি দিয়ে সভানেত্ৰী গৰাকীক ৷