Local, Vocal, Global

হোজাইত ভয়ংকৰ অগ্নিকাণ্ড

  • হোজাই VIP কলনীত নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা
  • হোজাইৰ বিখ্যাত আয়ুৰ্বেদিক বিপনী শ্ৰীগুৰু ভাণ্ডাৰৰ স্বত্বাধিকাৰী বিধু কৰৰ বাসভৱনৰ প্ৰথম মহলাত সংঘটিত হৈছে এই অগ্নিকাণ্ড
  • বৈদ্যুতিক বিসংগতিৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে
  • অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সম্পত্তি
  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন হোৱাৰ লগতে আন বহুকেইখন ঘৰ জুইৰ প্ৰকোপৰ পৰা ৰক্ষা পৰে