আজি সন্ধিয়া ৬ বজাৰ পৰা গুৱাহাটীত লকডাউন । গুৱাহাটী মহানগৰীৰ ৭টা ৱাৰ্ডত আজিৰে পৰা লকডাউন। ১৪ দিনৰ বাবে বাহাল থাকিব এই লকডাউন। জালুকবাৰী ,পাণ্ডু , মালিগাঁও , মাছখোৱা , ফাঁচীবজাৰ ,ধীৰেণপাৰা ,ফটাশিল আমবাৰীৰ কিছু অংশ লকডাউন ঘোষণা প্ৰশাসনৰ।

MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
© 2021 My News NE. All Rights Reserved.