Local, Vocal, Global

গুৱাহাটীত পুনৰ লকডাউন, কিন্তু স্থান সমূহ কি কি ?

73

আজি সন্ধিয়া ৬ বজাৰ পৰা গুৱাহাটীত লকডাউন । গুৱাহাটী মহানগৰীৰ ৭টা ৱাৰ্ডত আজিৰে পৰা লকডাউন। ১৪ দিনৰ বাবে বাহাল থাকিব  এই লকডাউন। জালুকবাৰী ,পাণ্ডু , মালিগাঁও , মাছখোৱা , ফাঁচীবজাৰ ,ধীৰেণপাৰা ,ফটাশিল আমবাৰীৰ কিছু অংশ  লকডাউন ঘোষণা প্ৰশাসনৰ।