Local, Vocal, Global

মৰিগাৱঁত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মৰিগাৱঁত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মৰিগাৱঁত পতাকা উত্তোলন কৰি মন্ত্ৰী শৰ্মাই বিগত সময়চোৱাত ৰাজ্য চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰাৰ লগতে কেতবোৰ গুৰুত্বপুৰ্ণ মন্তব্য কৰে।

স্বাধীনতা দিৱসৰ দিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বহুতো অভিলাষী আচঁনি। ব্ৰহ্মপুত্ৰৰ দলঙৰ পৰাই বটদ্ৰৱা স্থানলৈ, অৰুণোদয়ৰ পৰাই মেডিকেল কলেজ স্থাপনলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এখনৰ পিছত এখন অভিলাষী আচঁনি।