Local, Vocal, Global

জজ ফিল্ডত পতাকা উত্তোলন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

জজ ফিল্ডত পতাকা উত্তোলন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পতকা উত্তোলন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বহুতে গুৰুত্বপুৰ্ণ আচঁনি। কৃষি ক্ষেত্ৰত গুৰু প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ। কৃষিক্ষেত্ৰৰ যুগান্তকাৰীৰ পদক্ষেপৰে ঘোষণা কৰিলে বহুকেইখন অভিলাসী আচঁনি।

ৰাজ্য চৰকাৰে ১৯৭ খন হাইস্কুল, ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৪৯ খন কনিষ্ঠ মহাবিদ্যালয় তথা ৪০৯০ টা শিক্ষকৰ পদ প্ৰদেশিকীকৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে।

ৰাজ্যৰ নিবণুৱাৰ বাবে সুখবৰ। ৪০ বছৰলৈ বৃদ্ধি চৰকাৰী চাকৰিত আৱেদনৰ বয়সৰ সময় সীমা।