Local, Vocal, Global

হাজোৰ ৰামদিয়াত ২ জনকৈ কৰ’নাত আক্ৰান্ত

  • হাজোৰ ৰামদিয়াত ২ জনকৈ  লোক কৰ’নাত আক্ৰান্ত ।
  •  ৰঘুৰাম দাস আৰু ধৰ্ম পাৰৈ আক্ৰান্ত কৰ’নাত  ।
  • ৰঘুৰাম দাস পানবজাৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত।
  • ৰঘুৰাম দাসৰ ঘৰ বৰপেটা জিলাৰ পাঠশালাত ।
  • ৰামদিয়াৰ বঙলাতোলাৰ শহুৰেকৰ ঘৰত আহিছিল ১৬ দিন পূৰ্বে ।
  • কৰ’না পজিটিভ পোৱাৰ পিছত মিৰ্জাৰ পতঞ্জলি  কভিড চিকিৎসালয়লৈ লৈ
    যোৱা  হয় ৰঘুৰাম দাসক ।
  • ৰামদিয়াৰ মলিতা পাৰাৰ ধৰ্ম পাৰৈ নামৰ ব্যক্তি জনৰো দেহত ধৰা পৰিছে কৰ’না পজিটিভ ।
  • ধৰ্ম পাৰৈ পশ্চিম শুৱালকুছি গাওঁ পঞ্চায়তৰ সচিব হিচাপে নিয়োজিত হৈ আছিল ।
  •  বৰ্তমান তেখেতক কামৰূপৰ শিঙিমাৰী আদৰ্শ মেডিকেলত ভৰ্তি কৰোৱা হয় ।
  • দুয়োটা অঞ্চলকে এতিয়া কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে।