Local, Vocal, Global

হাজো আৰক্ষীৰ বৃহৎ সফলতা

61
  • হাজো আৰক্ষীৰ বৃহৎ সফলতা
  • হাজোৰ বৰ্ণিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • জব্দ বহু কাৰ্টন কাফ ছিৰাপ আৰু নিচাজাতীয় টেবলেট
  • জব্দ হোৱা সামগ্ৰীখিনিৰ বজাৰ মূল্য কেইবালক্ষ টকা
  • বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক নুৰ মহম্মদ নামৰ এজনক
  • ড্ৰাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে তদন্ত অব্যাহত হাজো আৰক্ষীৰ