হাজো আৰক্ষীৰ বৃহৎ সফলতা

- হাজো আৰক্ষীৰ বৃহৎ সফলতা
- হাজোৰ বৰ্ণিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
- জব্দ বহু কাৰ্টন কাফ ছিৰাপ আৰু নিচাজাতীয় টেবলেট
- জব্দ হোৱা সামগ্ৰীখিনিৰ বজাৰ মূল্য কেইবালক্ষ টকা
- বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক নুৰ মহম্মদ নামৰ এজনক
- ড্ৰাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে তদন্ত অব্যাহত হাজো আৰক্ষীৰ