Local, Vocal, Global

মুম্বাই-দিল্লীৰ পিছে পিছে গুৱাহাটী মহানগৰী

  • মুম্বাই-দিল্লীৰ দৰে হ’ব পাৰে গুৱাহাটীৰ পৰিস্থিতি
  • মহানগৰীত কৰ’নাৰ দ্ৰুত সংক্ৰমণক লৈ আশংকা ICMRৰ
  • ৩৬ ঘন্টাত গুৱাহাটীত আক্ৰান্ত ৫ শতাধিক
  • গুৱাহাটীৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰৰ
  • লকডাউনৰ নিয়মাৱলী কঠোৰভাৱে মানি চলিবলৈ মহানগৰবাসীক বাৰম্বাৰ আহ্বান স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ