Local, Vocal, Global

লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

  • এসপ্তাহত গুৱাহাটীত লকডাউন উলংঘাৰ অপৰাধত ১০৮ গৰাকী লোকক গ্ৰেপ্তাৰ
  • গুৱাহাটীত লকডাউন উলংঘাৰ অপৰাধত ৰুজু হৈছে ৩১ টাকৈ গোচৰ
  • মাস্ক নিপিন্ধাৰ অপৰাধত এসপ্তাহত ৫৪ হাজাৰ টকা জৰিমনা সংগ্ৰহ
  • দেওবাৰৰ দিনটোত গুৱাহাটীত নতুনকৈ আক্ৰান্ত ৫৫২ গৰাকী