Local, Vocal, Global

কাল কৰ’নাৰ কৱলত ৰাজ্য

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা

  • গুৱাহাটীত পুনৰ ৫৫২ গৰাকী নতুনকৈ আক্ৰান্ত
  • ৰাজ্যত দেওবাৰে দিনটো আক্ৰান্ত ৭৩৫ গৰাকী
  • ৰাজ্যত দেওবাৰে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৬৯০ গৰাকী
  • ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১১,৭৩৬ গৰাকীলৈ বৃদ্ধি
  • ৰাজ্যত সম্প্ৰতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪২৮৬ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ৭৪৩৩ গৰাকী
  • ৰাজ্যত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১৪ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত ৪,৫৯,১৪৩ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন হৈছে