Local, Vocal, Global

গুৱাহাটীত জব্দ নিষিদ্ধ হেৰইন

  • গুৱাহাটীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ নিষিদ্ধ হেৰইন
  • অভিযানত ১১ পেকেট ড্ৰাগছৰ সৈতে ৫০ হাজাৰ টকা আৰু এটা মোবাইল জব্দ
  • ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ ফটাশিল আমবাৰীৰ শংকৰ নগৰৰ মিনা কুমাৰীৰ নামৰ এগৰাকী মহিলা