Local, Vocal, Global

আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

21
  •  আজিৰে পৰা বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।
  •  ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত।
  •  অহা ২৪ জুনলৈ বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।

Comments are closed, but trackbacks and pingbacks are open.