Local, Vocal, Global

উত্তৰ-পূবত ১২ঘণ্টাৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি

72
  • ১২ঘণ্টাৰ ভিতৰত উত্তৰ-পূবত দ্বিতীয়টো ভূমিকম্প অনুভূত
  • সোমবাৰে পুৱা ৪বাজি ১০মিনিটত অনুভূত  দ্বিতীয়টো ভূমিকম্প
  • দ্বিতীয়টো ভূমিকম্পৰ প্রাবল্য আছিল ৫.৩
  • দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ মিজোৰামৰ চম্পাই জিলা
  • ৰবিবাৰে বিয়লি ৪ বাজি ১৬ মিনিটত আন এক ভূমিকম্পই জোকাৰিছিল উত্তৰ পূবত
  • সেই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১ আৰু অভিকেন্দ্ৰ মিজোৰামৰ আইজলত