উত্তৰ-পূবত ১২ঘণ্টাৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি

- ১২ঘণ্টাৰ ভিতৰত উত্তৰ-পূবত দ্বিতীয়টো ভূমিকম্প অনুভূত
- সোমবাৰে পুৱা ৪বাজি ১০মিনিটত অনুভূত দ্বিতীয়টো ভূমিকম্প
- দ্বিতীয়টো ভূমিকম্পৰ প্রাবল্য আছিল ৫.৩
- দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ মিজোৰামৰ চম্পাই জিলা
- ৰবিবাৰে বিয়লি ৪ বাজি ১৬ মিনিটত আন এক ভূমিকম্পই জোকাৰিছিল উত্তৰ পূবত
- সেই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১ আৰু অভিকেন্দ্ৰ মিজোৰামৰ আইজলত